Visit To Centres

Visit to any of our branches during office hours for any further details regarding courses and admission.

NGO IDEAL ABHIJAN ৰ ২০০৯ চনৰ পৰা ২০১৬ চনলৈ কৰা কৰ্মৰাজী

১) ২০০৯ চনত গড়মূৰত ভোগদৈ নদীৰ পাৰত শ্মশান “শান্তিধাম” নিৰ্মাণ।
২) ২০১১ চনত গড়মূৰৰ দুলীয়া গাৱঁৰ কুল দত্ত স্মৃতি মঞ্চত বিনামূলীয়া স্বাস্থ্যচিকিৎসা শিবিৰ অনুষ্ঠিত কৰিপ্ৰায় ৩৫০ জনৰোগীক বিনামূলীয়া ঔষধ প্ৰদান কৰা হয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত এটি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত ৰক্তদান শিবিৰত সংগঠনটিৰ ৬২ জনসদস্যই ৰক্ত দান কৰে।
৩) ২০১১ চনতশ্মশান “শান্তিধাম” ত বিজুলী বাতিৰ ব্যৱস্থা কৰা হয়।
৪) ২০১১ চনৰ পৰা বৰ্তমানলৈকে ৪৪৩ জনৰোগীক ৰক্তদান কৰা হৈছে।
৫) ২০১১ চনত গড়মুৰ মধ্য ও উচ্চ ইংৰাজী বিদ্যালয়ৰ স্থায়ী তোৰণ নিৰ্মাণ কৰা হয়।
৬) ২০১২ চনত ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অসম চৰকাৰৰ SCVT স্বীকৃতিপ্ৰাপ্ত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) স্থাপন কৰি বৰ্তমানলৈকে জিলাৰ প্ৰায় ২২৫ জনযুৱকক কাৰিকৰী শিক্ষা প্ৰদান কৰা হৈছে।
৭) ২০১৩ চনত যোৰহাট গড়মুৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন FIRE ENGINEERING AND INDUSTRIAL SAFETY MANAGEMNENT (SCVT স্বীকৃতি প্ৰাপ্ত) স্থাপন কৰি ১৫০ জন যুৱক যুৱতীক FIRE TECHNOLOGY ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
৮) ২০১৩ চনত গড়মুৰ অঞ্চলৰ ৰাইজৰ বাবে বিনামূলীয়া AMBULANCE সেৱাৰ ব্যৱস্থা কৰা হয়।
৯) ২০১৩ চনত গড়মুৰৰ যুৱক যুৱতীৰ বাবে শাৰিৰীক ব্যায়ামাগাৰ স্থাপন কৰি শাৰিৰীক প্ৰশিক্ষণ দিথকা হৈছে।
১০) ২০১৫ চনত যোৰহাট গড়মুৰত LMV মটৰ ড্ৰাইভিং ট্ৰেইনিং চেন্টাৰ স্থাপন কৰি প্ৰায় ৬০ জন যুৱক-যুৱতীক মটৰ ড্ৰাইভিং ট্ৰেইনিং প্ৰদান কৰা হৈছে।
১১) ২০১৬ চনৰ জুলাই মাহৰ পৰা ১৪০ জন যুৱক যুৱতীক বিনামূলীয়া ছমহীয়া COMPUTER প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।
১২) ২০১৬ চনৰ এপ্ৰিল মাহত গড়মূৰত অসমৰ প্ৰথমখন MMV/HMV মটৰ ড্ৰাইভিং ট্ৰেইনিং চেন্টাৰ স্থাপন কৰি বিভিন্ন জনক MMV/HMVড্ৰাইভিং ট্ৰেইনিং দিথকা হৈছে।
১৩) ২০১৬ চনত এগৰাকী কেঞ্চাৰ ৰোগীক ৫.০০০ (পাঁচ হেজাৰ) টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।
১৪) ২০১৭ চনতদেৰগাঁও, টিয়ক, গৌৰীসাগৰ, মাজুলীৰ গড়মূৰ আৰু জেংৰাইমুখত MOTOR DRIVING INSTITUTE স্থাপন।
১৫) গড়মূৰ অঞ্চলৰ চাৰিগৰাকী দৰিদ্ৰ সীমা ৰেখাৰ তলত বাসকৰা ছাত্ৰ-ছাত্ৰীক বিদ্যালয় আৰু মহাবিদ্যালয়ত নামভৰ্তিক ৰিবৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।
১৬) ২০১৮ চনত মৰাণৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন।


Contact Us

Address

Garmur, Jorhat, Assam

Phone Number

+91 9854055496


If Any Query, Please Send Us Here...

Your message has been sent. Thank you!

© 2019 Trade & Technology. All rights reserved | Powered by XTM Technologies